Search
  • Dharapur HS School

ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ

ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোণপ্ৰথম বাৰৰ বাবে অনলাইন পদ্ধতিৰে একাদশ শ্ৰেণীৰ নামভৰ্ত্তি প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে । এই ব্যৱস্থাৰ অংশ স্বৰূপে আজিৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণ কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰছাত্ৰী সকলে । অহা ত্ৰিশ জুনলৈ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব । ছেবাৰ অনলাইন পোৰ্টেল অন্বেষণ তথা আমাৰ বিদ্যালয়ৰ নিজা ৱেবচাইট www.dharapurhss.in যোগে অহা ত্ৰিশ জুনলৈ প্ৰপত্ৰ পূৰণ কৰাৰ পিছত জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা নামভৰ্তি আৰম্ভ হব ।


109 views0 comments